минус 1
Eyas Lyrics


We have lyrics for these tracks by Eyas:


Circling Sometimes i wish it could drown my past I can see…
Object Permanence I can't give into this There is no object permanence When yo…
The Who Ooh, I look the best with these shoes I am a…


The lyrics are frequently found in the comments by searching or by filtering for lyric videos

Genre not found
Artist not found
Album not found
Song not found
Comments from YouTube:

ABhiZeeT CreAtioN

নেজানু প্ৰেম কেনেকুৱা, প্ৰেম সচাকৈ ইমান গভীৰ নে, "তোমাক পাহৰিবলৈ হ'লে নিজকে পাহৰিব লাগিব" ।🥺😰😰
সচাকৈ বৰ সুন্দৰ কাহিনী ❤️❤️

A.H Creation

O vii moja disa

Jiten Changmai

Very nice location

Sumi Kalita

আপোনাৰ প্ৰত্যেকটো শব্দই হৃদয় চুই গৈছে 😘😘💓💓 ।।এতিয়া বাট চায় থাকিম‌ ‌‍‍আপোনাৰ পৰবৰ্তী খণ্ডলৈ।।😘😘💓❤️

প্ৰচেষ্টা

তোমাৰ কবিতাৰ গভীৰতাত ভালকৈয়ে ডুব যাওঁ...সঁচা প্ৰেমক হেৰুৱাৰ বেদনা আৰু পাহৰিব নোৱাৰা স্মৃতি..সঁচাই বৰ কঠিন আকোৱালি লোৱা আনৰ মৰম👍🏻👍🏻

Hemanta Hazarika

আকাশৰ দৰে বিশাল, আৰু সাগৰৰ দৰে গভীৰ অৰ্থবহু শব্দ, ইছ: ,,
ঠিকনা সলনি হ'লেই জানো পৰিচয় সলনি হয়,,😭,, সচাকৈ কৈছো, জীৱনৰ প্ৰথমটো ভাল লগা কাহিনী এইটো, যিটো কাহিনীয়ে মোক চকুপানী উলিয়াই দিলে, সু-নিপূণ অভিনয়, আৰু স্পষ্ট শব্দ কৌশলিৰে সৈতে কাহিনীটো হৈ পৰিছে সোণত সুৱগা চৰা,, আগবাঢ়ি যোৱা পিংকল দা, আৰু আশা কৰিছো এনেকুৱা মৰমলগা প্ৰেমকাহিনী

Matu Saikia

আপোন বুলি ভৱা মানুহবোৰ নিজৰ পৰা আতৰি গ'লে মনত কষ্ট পোৱা যায়।😥😥😥

UTPAL ROASTER

বহুত ভাল লাগে pinkal দাৰ voice টো,,,...editing.....voice.....acting.....বহুত মেই ভাল লাগিছে

Gautam Baruah Short Films

Concept ...Voice ...Sound Design...Acting , ...Editing ...Background music ..Everything Good

ADITI KASHYAP

Yes

More Comments

More Versions